ভাগৰুৱা জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

ভাগৰুৱা জীৱন

 


ভাগৰুৱা জীৱন

লহৰজ্যোতি মৰাণ


জীৱনৰ জটিলতা আখোজ

তাতে ঘৰুৱা সমস্যা 

ক্ৰমশ: মনৰ অস্থিৰতা বাঢ়িবলৈ ধৰিছে। 

নাজানো জীৱন কিমান দূৰ 

আগবাঢ়ি যাব পাৰো

নাযানো সফলতাৰ মূখ

কেতিয়া দেখো 

চেষ্টা সদায় অব্যহত ৰাখো। 


তথাপিওঁ বাবে বাৰে থমকি ৰওঁ

জীৱন আগবাঢ়ি যোৱাত, 

সদায় ভাগৰি পৰো;

জীৱনৰ জটিলতা সময়ছোৱাত। 


জীৱন চাগে এনেকুৱা 

পোৱাই পায়, 

নোপোৱাই হেৰুৱাই, 

ভগৱানে যদি চকু মেলি চাই 

ভগৱান তুমিয়ে শেষ ভৰষা 

দিবাহি ধিয়াই;

নতুন জীৱন ! 

চাই ৰম নতুন বৰ্ষ অপেক্ষাত।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages