Doksiri : অসমীয়া অনুগল্প

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here
Showing posts with label অসমীয়া অনুগল্প. Show all posts
Showing posts with label অসমীয়া অনুগল্প. Show all posts

Wednesday, July 31, 2024

ফুলপাহৰ অন্তিম সুবাস

July 31, 2024 0
  ফুলপাহৰ (দুহিতা-জীয়ৰী) অন্তিম সুবাস ৰেজিয়া চৌধুৰী গুৱাহাটী    সৌ সিদিনালৈ ঘৰখনৰ চৌহদ শুৱনি কৰি থকা ফুলপাহৰ সুঘ্ৰাণত গোটেই ঘৰখনেই আমোল-ম...
Read more »

Sunday, June 30, 2024

বটল বিচৰা ছোৱালীজনীৰ সপোন

June 30, 2024 0
  বটল বিচৰা ছোৱালীজনীৰ সপোন টুনীৰাম দলে এদুত গাওঁ, গোগামুখ     ৰা তিপুৱাৰ পৰা অনাই - বনাই ঘূৰি ফুৰি আছো।পেটত কালি ৰাতিৰ পৰা একো নাই কলমলাই আ...
Read more »

নিষ্ঠুৰ বাস্তৱ

June 30, 2024 0
  নিষ্ঠুৰ বাস্তৱ গজেন চন্দ্ৰ নৰহ   নি ৰুদ্দেশ হোৱা খবৰতো পাই উজ্জ্বলে ইউনিভাৰ্ছিটিৰ পৰা ঘৰলৈ আহিল। অলপ সময় জিৰণি লৈ একো এটা নোখোৱাকৈ ওলাই গ...
Read more »

Friday, May 31, 2024

চকুলো

May 31, 2024 0
  চকুলো ভূমিকা দাস     দো কানখন বন্ধ কৰিবলৈ লওঁতেই হৰেনৰ পুৰণি বন্ধু ৰমেন আহি ওলাল। ৰমেনক দেখি কিবা এটা ক’ব খোজোতেই মোবাইলতো বাজি উঠিল ফোনটো...
Read more »

জিলমিলিয়া গুলপীয়া ব্লাউজৰ আঁৰৰ শিক্ষা

May 31, 2024 0
  জিলমিলিয়া গুলপীয়া ব্লাউজৰ আঁৰৰ শিক্ষা ৰেজিয়া চৌধুৰী গুৱাহাটী      খ ঙে-ক্ষোভে ঘৰৰ পৰা ওলাই যোৱা কনিষ্ঠ পুত্ৰৰ সন্ধানত মাকে হাবাথুৰি খাই...
Read more »

দগ্ধ বুকু

May 31, 2024 0
  দগ্ধ বুকু স্বপ্নশিখা চুতীয়া গোগামুখ, ধেমাজি      ম ম ডাল জ্বলাই কাপটোত থবলৈ বুলি ভাবিও চিমি কিবা এটা জটিল ভাৱনাত মগ্ন হ’ল মম ডাল জ্বলি যে...
Read more »

অজান দেশ

May 31, 2024 0
  অজান দেশ ইনু দত্ত      “দেউতা, দেউতা, অ’ দেউতা, তুমি কিয় শুই আছা দেউতা। দেউতা তুমি শুই নাথাকিবা আক’। এনেকৈ শুই থাকিলে আমাৰ ভাল নালাগে নহয...
Read more »

সেন্দূৰ

May 31, 2024 0
  সেন্দূৰ ৰিজু মণি বৰা নগাঁও      তি নিটা ল’ৰা ছোৱালীৰ ভিতৰত আস্থা আছিল ঘৰখনৰ আটাইতকৈ ডাঙৰ ছোৱালী। দেউতাকৰ মৃত্যুৰ পাছত ভায়েক ভনীয়েকৰ কথা চি...
Read more »

কিয় বাৰু

May 31, 2024 0
  কিয় বাৰু ববিতা দাস  তামুলপুৰ ব হুদিন হ’ল মায়ে কেক আৰু চকলেট একো কিনি দিয়া নাই। : তুমি কিয় হাঁহি আছা ? আৰু কি জানা, মায়ে আজিকালি মোক খুউ...
Read more »

Sunday, March 31, 2024

মটৰ গাড়ী

March 31, 2024 0
  মটৰ গাড়ী জুৱেল পেগু গুৱাহাটী     পে ডেল এৰাই যোৱা চাইকেলখন চলাই সৌসিদিনালৈকে মুদবৰে দৈনিক মাছ বেচিবলৈ জনাই বজাৰলৈ গৈছিল চাইকেলৰ কেৰিয়াৰত থ...
Read more »

বীভৎস

March 31, 2024 0
  বীভৎস শতাব্দী শৰ্মা আমোলাপট্ৰী, নগাঁও     পা পুৰ মনত এইবাৰ ৰঙালীৰ ৰং নাই। তাৰ মনত ঢোলৰ প্ৰতি আগৰ অনুৰাগ নাই। ভনীয়েক কুকিক এইবাৰ বিহু নাচি...
Read more »

Thursday, February 29, 2024

অন্ধকাৰ- প্ৰদীপ

February 29, 2024 0
  অন্ধকাৰ- প্ৰদীপ ইলামণি শইকীয়া      ক ন্যাসন্তান দুটা বংশৰ প্ৰদীপ বুলি সততে কৈ ফুৰা  মানুহজনীৰ সিদিনাহে চকু মুকলি হ’ল যিদিনা, সেই প্ৰদীপগছি...
Read more »

ভোক

February 29, 2024 0
  ভোক ৰেজিয়া চৌধুৰী গুৱাহাটী           অ তদিনে ছাঁ দি থকা বটবৃক্ষজোপা অতৰ্কিতে উঘালি পৰিল। তাইৰ  ভীষণ  চিন্তা ---- তিনিকুৰাকৈ পেটৰ জুই অকলে...
Read more »

বিশ্বাসঘাতক

February 29, 2024 0
  বিশ্বাসঘাতক   ৰূপা গগৈ         নী লমৰ ঘৰখনত তেওঁৰ পত্নী, দুগৰাকী কণ্যা, এটি পুত্ৰ সন্তানৰ সৈতে সীমাহীন মৰম ,বিশ্বাস , ভালপোৱাৰ একতাৰ এনাজৰ...
Read more »

নিয়ম

February 29, 2024 0
  নিয়ম ববিতা দাস তামুলপুৰ      মা নুহ জনৰ নিঠৰ দেহটো কাষত শিল পৰা কপৌ জনী হৈ বহি আছে মানুহ জনী।  “ - হেৰো বোৱাৰী, সেন্দুৰ টো লৈ আহি পদুমীৰ ...
Read more »

Wednesday, January 31, 2024

হেঁপাহৰ মৃত্যু

January 31, 2024 0
  হেঁপাহৰ মৃত্যু সুনম বিশ্বাস গোৰেশ্বৰ, তামুলপুৰ                                    কা ন্ধত মোনাখন লৈ চোতালত ভৰিখন দিছে মাত্ৰ  - ৰমেশে মাতিছ...
Read more »

ভৱিষ্যত

January 31, 2024 0
  ভৱিষ্যত ৰেজিয়া চৌধুৰী গুৱাহাটী         বি য়াৰ কিছু দিনৰ পিছতে সিহঁতৰ মৰমে সিহঁতৰ মাজত স্থিতি ল'লে । হেঁপাহৰ ঘৰখন পূৰ্ণ কৰাৰ নিমিত্তে...
Read more »

নিশব্দ বেদনা

January 31, 2024 0
  নিশব্দ বেদনা ৰাবিয়া বেগম গুৱাহাটী       পা হিয়ে দাপোণখনত নিজৰ প্ৰতিবিম্বটো একেথৰে চাই আছে। কাৰণ দেউতাকে বায়েকৰ বিয়াত তাইলৈ মৰমতে অনা মেখেল...
Read more »

সেন্দূৰ

January 31, 2024 0
  সেন্দূৰ শৰৎ হাজৰিকা  গোলাঘাট   সে ন্দূৰকণ কপাল আৰু শিৰলৈ আনি ধৰিত্ৰী ৰৈ গ’ল। আজি তাইৰ বাৰু কি হ’ল ? উকা কপালখনত সেন্দূৰ লগাবলৈ তেওঁৰ অন্তৰ...
Read more »

Post Bottom Ad

Responsive Ads Here

Pages