ৰঙুচোৱা ফুলপাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

ৰঙুচোৱা ফুলপাহ



 ৰঙুচোৱা ফুলপাহ

সুৰজিৎ ভূঞা

বৰপেটা


নিৰ্জনতাৰ পৰিৱেশ

ধোৱাময় পৱন ।


টোপাল টোপাল নিয়ৰৰ

খেলখন বহু দীঘলীয়া ।


ৰঙুচুৱা ফুলপাহৰ সৈতে

নিবিড় সম্পৰ্ক গঢ়ি উঠে 

ক্ষণিক সময়ৰ বাবে ।


নিৰ্জনতাৰ কোলাহল 

মন,আত্মা ফুলৰ সুবাসত

প্ৰেমৰ খেলা খেলে

এপাহ ফুলৰ লগত ।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages