জটিল সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

জটিল সময়

 


জটিল সময়


                    দীপ হেষ্টিংছ বৰি


এতিয়া মোৰ চৌপাশে

মাথোঁ আন্ধাৰ


শূন্য মোৰ দুইকাষ

নাই কোনো সাৰথি


দুৰ্জন সময়ে গৰজিছে

আকাংক্ষাৰ আকাশত

ক’লা মেঘ উৰিছে


আহিবনে সুদিন

আকিঞ্চন বৰষুণজাক


মই ৰৈ আছো

বৰ আশাৰে..


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages