প্ৰশ্নবোৰঃ ১ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

প্ৰশ্নবোৰঃ ১

 


প্ৰশ্নবোৰঃ ১

মূল: পাবলো নেৰুডা

অসমীয়া অনুবাদ: কিশোৰ কুমাৰ দাস


কিয় উৰি নুফুৰে আকাশীযানবোৰ তেওঁলোকৰ সতি-সন্ততিবোৰৰ চৌপাশে?


কোনটো হালধীয়া চৰায়ে নিজৰ বাঁহ ভৰ্তি কৰে

নেমুটেঙাৰে?


কিয় নিশিকায় তেওঁলোকে হেলিকপ্টাৰবোৰক সূৰ্য্যৰ ৰশ্মিৰ পৰা মৌ শুহি ল'বলৈ?


পূৰ্ণ চন্দ্ৰটোৱে এই ৰাতিখন ক'তনো এৰি আহে ঘেঁহুৰ মোনাখন?





ঠিকনা-

গাঁও: আলোকপুৰ

ডাকঘৰ: মিলনপুৰ

পিন: ৭৮১৩৩৭

নলবাৰী

অসম

মবাইল নম্বৰ: ৮৬৩৮২১৫০৯০

ইমেইল: kkdas0112@gmail.com


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages