মন্ত্ৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 3, 2022

মন্ত্ৰী

 

মন্ত্ৰী

টম মেদক





আপোনাৰ মৃত্যু আজিও জীয়াই আছে

ভিক্ষাৰী আয়ুসৰ চাউল গণি গণি


কেনেকৈ আপুনি ইমান সহজে

মৃত্যুক 

নিজৰ হাতৰ মুঠি কৰিব


যি খাইছিলি বমি কৰি 

ডিঙিত আঙুলি ভৰাই উলিয়াই দিবই লাগিব


আপোনাৰ ম’লেৰে ভৰিছে এই ৰাজ্য

নিজৰে ম’ল আকৌ গিলি যাবই লাগিব


আপোনাৰ মৃত্যু আজিও জীয়াই আছে


আপুনি নিজে

জীৱন শেষ হ’ল বুলি

জনগণৰ ওচৰত আঁঠু লৈ

 হয় কাঢ়িব লাগিব


খেতিয়ক ককা দেতাই মাহ মাহ ধৰি টোপনি যোৱা নাই

নিবনুৱা ভাই ভনীহঁত বছৰ বছৰ ধৰি হামিয়াইহিকটাই বহি আছে

ঈশ্বৰ দঞি পঃল হাজাৰ বছৰ ধৰি শান্তিৰে থকা নাই


চাব , আপুনি মৰোতে বেয়াকৈ মৰিব ৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages