মিচিং ভাষা শিকোঁ আহক
( Mising Agom Kinla:jé Kajé )
কালিনাথ পাংগিং
Ponam-২
পাঠ- ২
Gompir/ Gombug monam
শব্দ গঠন
Word Formation
মন কৰিবলগীয়া- মিচিং ভাষাত স্বৰ বৰ্ণৰ সহায়ত শব্দ গঠন কৰোঁতে প্ৰতিটো স্বৰবৰ্ণই চিহ্নিত কৰা এটা ধ্বনিহে প্ৰতিনিধিত্ব কৰিব৷ যেনে–
A -ৰ উচ্ছাৰণ ‘আ’, E -ৰ উচ্ছাৰণ ‘এ’, I -ৰ উচ্ছাৰণ ‘ই’, O -ৰ উচ্ছাৰণ ‘অ’, U -ৰ উচ্ছাৰণ উ, É -ৰ উচ্ছাৰণ ‘অৗ’ আৰু Í -ৰ উচ্ছাৰণ ‘অৃ’ হে হ’ব৷ ইংৰাজী ভাষাৰ দৰে বিভিন্ন ধৰণে নহ’ব৷ শব্দৰ বানান কৰোঁতে বৰ্ণৰ নাম অনুসৰি কৰা হ’ব আৰু উচ্ছাৰণ কৰোঁতে বৰ্ণৰ ধ্বনি অনুসৰি কৰা হ’ব৷ এনে নীতি-পদ্ধতিমতে আমি মিচিং শব্দ গঠন কৰিব পাৰোঁ এইদৰে–
Ménggappénam- Mising agomlo gomukki gompir manggom gombug modolo gomug abíg kídídok lubé:dé akkongko iye. Lukan A-dokké ‘aa’, É dokké ‘a’, I dokkédé ‘e’, O dokké 'o', U dokké ‘u’, É dokké ‘é’, Í dokkédé ‘í’ pé iye. Ingraji abíglok bangkí bangkípé lubéngé kakampé kama:ye. Gompir banan dodo abíg amin dokki odokké lusadodo abígdok lubéngkampé banan-ye. Sé alamsokki ngolu Mising gompirém mola:do sémpé–
A-আ A+p-i-n = Apin (আপিন) - ভাত
এ+পি+আই+এন = আপিন
Alam (আলাম)-আৰ্হি
এ+এল+এ+এম = আলাম
E-এ Enge (এঙে) = কচু
ই+এন জি, ঙ+ই = এঙে
Ege (এগে) = মেখেলা
ই+জি+ই = এগে
I-ই Igi: (ইগিঃ) - উড়ালমাৰী
আই+জি+আই মুগয়াৰ = ইগিঃ
Iki: (ইকিঃ) - কুকুৰ
আই+কে+আই মুগয়াৰ = ইকি:
O-অ Okang (অকাং) - ঢেঁকীয়া
অ+কে+এ+এন জি, ঙ = অকাং
Ongo (অঙ’) = মাছ
অ+এন জি, ঙ+অ = অঙ’
U-উ Urdu (উৰদু) = ভাষা
ইউ+আৰ+ডি+ইউ = উৰদু
Ugon (উগন) - ধুতি
ইউ+জি+অ+এন = উগন
É -অৗ Épug (অৗপুগ) =কাঢ
অৗ+পি+ইউ+জি = অৗপুগ
Ébong (অৗবং) =জাপি
অৗ+বি+অ+এন জি, ঙ = অৗবং
Í-অৃ Ílíng (অৃলৃং) = শিল
অৃ+এল+অৃ+এন জি, ঙ = অৃলৃং
Íllam (অৃল্লাম) = ঘাম
অৃ+এল+এল+এ+এম = অৃল্লাম
মন কৰিবলগীয়া–
(১) মুগ্য়াৰ বা মুগ্য়াৰ আগদ থকা শব্দৰ বানান কৰোঁতে বৰ্ণটোৰ লগত মুগ্য়াৰ বা মুগ্য়াৰ আগদ বুলি উচ্ছাৰণ কৰি পঢি.ব লাগে৷ যেনে– 'A' এ মুগয়াৰ আ:, ‘E’ ই মুগয়াৰ এ:, 'I’ আই মুগয়াৰ ই: ইত্যাদি৷
Méngkappénam–
1. Mugyar manggom mugyar agod katéné gompirém banandodo abígdo lédudo mugyar manggom mugyar agod émna banan paye. Lukan– A mugyar aa, E: mugyar I: émanbulu.
Édémí:pr -ঠিক তেনেকৈ
Bélang [বৗলাং] কঠাল = B+é+l+a+ng
Ba:yom [বাঃয়ম] বেঙেনা = B+a:+y+o+m
Do:nyi [দঃঞি] সূৰ্য = D+o:+ny+i
Dígín [দৃগৃন] জাৰকালি = D+í+g+í+n
Gonro [গনৰ’] ধুতি = G+o+n+r+o
Galé [গালৗ] এবিধ মেখেলা = G+a+l+é
Himaloi [হিমালই] হিমালয় = H+i+m+a+l+o+i
Hindu [হিন্দু] হিন্দু মানুহ = H+i+n+d+u
Jokpun [জকপুন] বননহৰু ফুল = J+o+k+p+u+n
Jengrai [জেংৰাই] জেংৰাই = J+e+ng+r+a+i
Kolom [কলম] কলম = K+o+l+o+m
Ke:di [কেঃদি] আম = K+e:+d+i
Lígad [লৃগাদ] শল মাছ = L+í+g+a+d
Lébíng [লৗবৃং] আঁঠু = L+é+b+í+ng
Mensarung [মেনচাৰুং] শিয়াল = M+e+n+s+a+r+u+ng
Mé:tom [মৗঃতম] কবিতা = M+é:+t+o+m
Nobílíng [নবৃলৃং] শামুক = N+o+b+í+l+í+ng
Nékung [নৗকুং] নলটেঙা = N+é+k+u+ng
Porog [পৰগ] কুকুৰা = P+o+r+o+g
Pésin [পৗচিন] বনকুকুৰা = P+é+s+i+n
Ri:dor [ৰিঃদৰ] বিদ্যুৎ = R+i:+d:o:r
Rígdum [ৰৃগদুম] উজনি = R+í+g+d+u+m
Situm [চিতুম] ভালুক = S+i+t+u+m
Sibe: [চিবেঃ] বান্দৰ = S+i+b+e:
Tabí [তাবৃ] সাপ = T+a+b+í
Tarémoton [তাৰৗমতন] ভূমিকম্প = T+a+r+é+m+o+t+o+n
Wag [ওৱাগ] কুকুৰনেচীয়া বাঘ = W+a+g
Yalíng [য়ালৃং] ৰঙা = Y+a+l+í+ng
Yage: [ য়াগেঃ] Y+a+g+e:
Ngomug [ঙমুগ] কুঢিমাছ = Ng+o+m+u+g
Ngosan [ঙচান] Ng+o+s+a+n
Nya:nyur [ঞাঃঞুৰ] উইচিৰিঙা = Ny+a:+ny+u+r
Nya:nyi [ঞাঃঞি] পেহী = Ny+a:+ny+i
মনকৰিবলগীয়া–
[ক] মিচিং ভাষাৰ প্ৰতিটো বৰ্ণই এটা মাত্ৰ ধ্বনিৰহে প্ৰতিনিধিত্ব কৰিব৷ একোটা স্বৰবৰ্ণই চিহ্নিত কৰা ধ্বনি সদায় একেই থাকিব৷ ইংৰাজী বৰ্ণৰ দৰে বেলেগ বেলেগ শব্দৰ বাবে বেলেগ বেলেগ ধ্বনিৰ উচ্চাৰণ নহ’ব৷ উদাহৰণ স্বৰূপে ‘A’-ৰ উচ্ছাৰণ সদায় ‘আ’, ‘E’ -ৰ উচ্ছাৰণ সদায় ‘এ’, ‘I’ -ৰ উচ্ছাৰণ সদায় ‘ই’, ‘O’ ৰ উচ্ছাৰণ সদায় ‘অ’, ‘U’ ৰ উচ্ছাৰণ সদায় ‘উ’ হ’ব৷ ই আন উচ্ছাৰণ কেতিয়াও নকৰিব৷
ক্ৰমশঃ.....
No comments:
Post a Comment