দায়িত্ববোধ
অংশুমান ভূঞা
মন কাবেৰীৰো আছিল কিন্তু তাই মন সামৰি থৈছিল।সিদিনা মনটো মৰহি গৈছিল। কাবেৰীৰ মৰহি যোৱা মনটো আজি কিন্তু উজ্বলি উঠিছে।তিনিযুৰি উজ্জ্বল চকুৱে তাইৰ মনটোকো উজলাই তুলিছে।
তাই মন সামৰাৰ বাবেই দেউতাকৰ শৰীৰটোৱে ৰাতি কষ্ট পোৱা নাছিল।মাকৰ গাৰপৰা ফটা চাদৰখনো আঁতৰিছিল।মৰমৰ ভায়েকটোৱেও সপোন চুবলৈ আৰু এঢাপ আগবঢ়াৰ সুবিধা পাইছিল।
চামতা,নলবাৰী
ফোন - ৬০০২৯৯৪৯৮০
No comments:
Post a Comment