দুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 2, 2022

দুখ

 



দুখ

          অশোক কুমাৰ দলে


মানুহৰ দৰে

গছবোৰৰো থাকে

গভীৰ দুখ


মানুহে মুখত এমোকোৰা হাঁহি লৈ

মনৰ মোনাত একুকি দুখ লৈ ফুৰাৰ দৰে

গছবোৰেও দুখ সহি হালি-জালি থাকে


 ইজন-সিজনক দুখৰ ইতিহাস বিবৰি

মানুহে পাতলাই মনৰ দুখ


গছবোৰে  ভাৰ  জুখি পাতলাব নোৱাৰে

দুখ

 


 দুখৰ ভৰ জুখি ল'ব পাৰে বাবেই

মানুহৰ দুখৰ উপৰি দুখ



                          ফোন-৯৩৬৫২-৫৪০৩৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages