নিষ্ঠুৰ সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 30, 2022

নিষ্ঠুৰ সময়


নিষ্ঠুৰ সময় 

চন্দ্রিকা দলে

মাজুলী

     যান্ত্রিকতাৰ পৃথিৱীখনত নিবিড়ৰ অকণমান সঁহাৰিয়ে তাইক বাস্তৱৰ লগত একেলগে খোজ দিবলৈ সাহস দিছিল। বহুদিনৰ অন্তত তাই হেঁপাহ পলুৱাই হাঁহিব লৈছিল, তেওঁৰ সান্নিধ্যত। কিন্তু, নিষ্ঠুৰ সময়ৰ দাবীত সেই হাঁহি ক্ষন্তেকীয়া হৈ পৰিল তাইৰ বাবে। কিয়নো এতিয়া তাইৰ পৰিচয়,পিন্ধা সাজজোৰে দিয়ে। 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages