স্বীকৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

স্বীকৃতি



 স্বীকৃতি 

নীলিমা বৰগোহাঁই

শিৱসাগৰ

   

    চ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত উচ্চশিক্ষা গ্ৰহণত পৰিয়ালৰ আৰ্থিক অৱস্থাই প্ৰাচীৰ হৈ থিয় দিয়াত সুকন্যাই নীৰলে চকুলো টুকিছিল। গাৱঁৰে অধ্যাপক চেতিয়াদেৱে ছোৱালী জনীলৈ সহায়ৰ হাত খন আগবঢ়ায় দিয়ে। প্ৰায় ন বছৰৰ পাছত চেতিয়া ছাৰৰ কৰ্মস্থলীত সুকণ্যাই প্ৰবক্তা হিচাপে যোগদান কৰিলে।সেই সময়ত ছাৰৰ চকুৰ কোণত দুটি মুকুতা মণিয়ে তিৰবিৰাইছিল। এইয়া ছাৰৰ মহানুভৱতাৰ শ্ৰেষ্ঠ স্বীকৃতি।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages