শৰতৰ দুটি স্নেপশ্বট
যুগল বৰা
গহপুৰ
১
কহুৱা…
যদিও শাৰদী চোতালত শেৱালি ফুলিছে…
অ' কহুৱা তোক কেনেকৈ পাহৰোঁ?
তোক বুকুতে সাৱতি
শৰতৰ চিৰন্তন গতি…
২
শেৱালি…
শৰৎ থাকোঁতেই
তলসৰা শেৱালিবোৰ বুটলিব লাগিব
শীতৰ প্ৰৱেশত শৰৎ নাথাকে
নাথাকিব শেৱালিৰ সুবাস…
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment