নষ্ট চৰিত্ৰৰ পুৰুষ (ঘৰখনৰ মুৰব্বী)
ৰেজিয়া চৌধুৰী
গুৱাহাটী
অত দিনৰ পৰা গোটেই ঘৰটোৰ গুৰু দায়িত্বত সুৰক্ষিত প্ৰদান কৰি অহা বুলি ভৱা মুখ্য তলাটোতে আছে বিসংগতি..! বিসংগতিৰ কাৰণ পম খেদিলত চাবি-কাঠিতে খোলখালে আঁৰৰ মুখা । সকলো উন্মুক্ত হ’ল তলাটোৰ ভিতৰখন যে আগৰ পৰায়েই মামৰে ধৰা ....!!
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment