লৃগাঙৰ গান
হেমাঙ্গ ঠাকুৰীয়া
পাঠশালা
নানা জাতি উপজাতিৰ কত যে সংস্কৃতি ভালপাওঁ আই অসমীৰ মাটি।
আহিছে ফাগুন মাহ বুকুতযে কত উলাহ, বতাহত তৰাপাতৰ সুবাস।
নামচিঙেৰে পুৰাং খাম, লৃগাঙত নাচি নাচি, অই নিঃতমৰ সুৰে সুৰে গাম শ্যামলী শইচৰ গান। বতাহে বতাহে ৰজনজনাব টকা, ঢোল তালৰ মাত।
আহিবাচোন বন্ধু মিচিং গাঁৱলৈ হেঁপাহৰ অকণি পঃৰ, নগিন খাম। অম্বে, আদি, মার্চাং, তাকুকেৰে চিনাকি কৰাম।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment