প্ৰাপ্তিৰ চিঞৰ শুনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 15, 2021

প্ৰাপ্তিৰ চিঞৰ শুনা

 প্ৰাপ্তিৰ  চিঞৰ শুনা

                               ✍মিগম অনুৰাগ টাইদ

                            দিহিংমুখ ডিমৌ, শিৱসাগৰ



মই আৰু মোৰ জীৱনটো,

বৰ সহজ নহয়।

অক্লান্ত যোদ্ধাৰ দৰে,

আজি মই যুজি আছোঁ।

জীৱনটোক লগত লৈ!

পাৰে মানে কষ্ট কৰিছোঁ,

চেষ্টা কৰিছোঁ,ভাগৰিও

পৰিছোঁ।

কিন্তু সফল হোৱা নাই,

কিয়বা কাৰণটো বিচাৰিও পোৱা নাই?

মোৰ আশাঁ এদিন মই নিশ্চয়ই সফল হ'ম।

দৃঢ় বিশ্বাস বুকুত হাত থৈ কৈছোঁ,

যেতিয়া মোৰ আশাঁ,

আকাংক্ষাবোৰ সিদ্ধ হ'ব।

তেতিয়া মই চিঞৰি চিঞৰি কম,

হেৰ মোৰ আবেগ,বিবেক আৰু

জীৱনটোৰ হ'তে খেলা হ'ত!

আজি মোৰ আশাঁ বোৰ সিদ্ধ হ'ল।

সেয়েহে মই কওঁ,

মই আৰু মোৰ জীৱনটো,

বৰ সহজ নহয়।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages