গঁজালি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 4, 2021

গঁজালি

গঁজালি

অঞ্জুমণি দত্ত
চিৰিং চাপৰি , ডিব্ৰুগড়
  



       সম্ৰাটে বিচাৰিলে আমাৰ চিকিৎসকে আপোনাৰ চিকিৎসা কৰিব পাৰিব ।

      কঠিন ৰোগত ভোগি থকা সম্ৰাটৰ বাবে সদাগৰজনৰ লগত অহা সেই চিকিৎসকজন যেন দেৱদূতহে আছিল । কিছুদিনৰ পিছতেই তেওঁ সুস্থ হৈ পৰিল ।

        মোক জীৱনদান কৰাৰ বিনিময়ত মই আপোনাক কিবা উপহাৰ দিব বিছাৰো মিষ্টাৰ ছাৰমান । কি বিচাৰিব আপুনি ?
        
     সদয় সম্ৰাটৰপৰা তেওঁ লাভ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰৰ ৰাজকীয় অনুমতি ।

         বন্ধুত্বসুলভ চাৱনিৰে সম্ৰাট ফাৰুখছিয়াৰে মৰা হাঁহিটোৰ বিনিময়ত জন ছাৰমনৰ মুখত ফুটি উঠিছিল কুটিল হাঁহি এটা ।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages