অদৃষ্ট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

অদৃষ্ট

 অদৃষ্ট

  অঞ্জুমণি দত্ত

চিৰিং চাপৰি , ডিব্ৰুগড়




    আপোনাৰ কৰ্মৰ ফল এয়া ।


      একমাত্ৰ পুত্ৰৰ অধঃপতনৰ কাৰণ বিচাৰি থাকোতে শেলে বিন্ধাদি কথাকেইষাৰে তেওঁৰ বুকুত বিন্ধিছিল।


       সপোন পিয়াসী এজাক ল'ৰা ছোৱালীৰ সন্মুখত বহি গুৰুৰ কৰ্তব্যত গাফিলতি কৰি সময় অতিবাহিত কৰা মূহূৰ্তবোৰ সেই সময়ত তেওঁৰ চকুৰ আগত অগাদেৱা কৰিছিল ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages