বু বা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

বু বা

 বু বা                                

   দীপক সূত্ৰধাৰ 




চকুৰ সমুখৰ আন্ধাৰত ফুলপাহ নিৰাকাৰ 

মলমলীয়া গছজোপা খেপিয়াই, শুনিলোঁ বু বা   

গোলাপ হেনো দুমুখীয়া আচলতে কাঁইটিয়া 


বু বু বা বা 


বতাহ আমোলমোল বাট ভৰা ফুল

ফুচফুচাই বগুৱাবাই 

নোপোৱাই পোৱা দি থপিয়াওঁ 

মৌ-পখিলাই নুশুঙা গছত নলগা 


মৰু-ভ্ৰান্তি ওলমি ৰয় দুচকুত 

কালাহান্দিৰ পথাৰৰ বহলা ফাট আমাৰ পিয়াহ। 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages