আশাৰ এগছি চাকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

আশাৰ এগছি চাকি

 আশাৰ এগছি চাকি

মিনু হাজৰিকা

কাহিলীপাৰা, গুৱাহাটী



সুখৰ আশাৰে তইও জলাবি,

মইও জলাম চাকি এগছি।

দুখ বােৰক ভেটা দিম,

তইও ধৰিবি আগছি।

চকুলাে সৰিলেই

তইয়েই মচিবি,

মােৰ দুনয়নেৰে তই

সুখৰ ধৰাখনি চাবি।

পৃথিৱী দুদিনৰ মায়াৰে ভৰা,

তথাপি বন্ধু মেলিম ইয়াতে

সুখৰ আশাৰ পালতৰা।

জীৱনে যদিহে ভাবিছে,

নহব অনন্ত বহাগ।

শাওণে পাতিব পাৰে মেলা,

তাৰ বাবে আছােহি সজাগ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages