নতুন বৰ্ষক সোঁৱৰণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

নতুন বৰ্ষক সোঁৱৰণ

 

নতুন বৰ্ষক সোঁৱৰণ 

চিন্ময় ডেকা

টংলা, ওদালগুৰি



সময় সময় সময় 

কাৰোৰে বাবে নৰয়

জীৱন ব্যস্ততাত

পাৰ ভাঙি,

নিজস্ব ভাবাদর্শৰে

উপনীত হৈছোঁ;

একুৰি এক বছৰ বয়সত।

'নতুন বৰ্ষৰ সন্ধিক্ষণত'

সময় থাকোঁতেই,

উদ্বিগ্নতাৰ বাতাৱৰণৰ সৃষ্টি কৰি

নতুনত্বৰ দিশে

ধাৱমান হ'বলৈ যত্ন কৰোঁ;

ভুল ত্ৰুটি আঙুলিয়াই দিয়া জনক

সহৃদয়তাৰে শ্ৰদ্ধা কৰোঁ।

বহুজনে কৰিব,

হয়টো কৰক সমালোচনা 

নহওঁ যে,মই কাহিনীও নিথৰুৱা।

মোৰ জীৱন মোৰ ব্যক্তিত্ব

থাকিব জানোঁ দুদিনীয়া জীৱনত চিৰস্থায়ীত্ব।

তথাপি নতুন বৰ্ষক সোঁৱৰণ;

জীৱনত সফলতাৰ দিশত আগবাঢ়িবলৈ মাথোঁ বিচৰণ।




দূৰভাষ:-৬০০২৬৬৬৫৯৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages