ক্যালিগুলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

ক্যালিগুলা

 

ক্যালিগুলা

গাৰ্গী ভূঞা




জন্মহোৱা প্ৰতিজন শাসকৰ খোজবোৰ সৰু

মনবোৰ বহল


ইচ্ছা প্ৰজাতন্ত্ৰৰ

প্ৰয়োজন সময় আৰু ক্ষমতাৰ


এন'ফেলিছ মহে কামোৰাৰ দৰে কথাবোৰ

স্বেচ্ছাচাৰি শাসন এক সোঁচৰা ব্যাধি


প্ৰজাৰ নাকত নাকী লগাই জন্মহয় ৰাজতন্ত্ৰৰ

আৰু জন্মহোৱা প্ৰতিজন শাসকৰ 

প্ৰায়সংখ্যকেই একোজন ক্যালিগুলা


কেতিয়াবা পানীৰ টোপাল বালিত সৰি 

সময়ৰ সৰু সৰু খোজচিহ্নবোৰ মচে


অলৰ-অচৰ হৈ ৰয় 

সৃষ্টিৰ চিৰাচৰিত শাসন প্ৰণালী।



ঠিকনা: দৰঙ্গীচুক (নতুন পাৰা)

যোৰহাট:১

ভাম্য: ৯৪৩৫০৯৬৫২২




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages