সেউজী ধৰণী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

সেউজী ধৰণী

 

সেউজী ধৰণী

সুৰজিৎ ভূঞাঁ




সেউজী ধৰণীখনিক

নকৰিবা আজি ৰক্তাক্ত,

নকৰিবা গছবোৰ, হাবিবোৰ

কাটি আজি তহিলং ।

সৌৱা চোৱা কান্দিছে আজি

সেউজীয়া ধৰণীখনে,

বিনাইছে আজি

সেউজীয়া ধৰণীখনে ।

ধ্বংসস্থলীৰ ইতিহাস নিলিখিবা

ন'হলে আমাক ক্ষমা নকৰিব,

প্ৰকৃতিয়ে আৰু আমাৰ

পিছৰ নৱপ্ৰজন্মই ।

পাব জানো ?

তোমাৰ সন্তানে

সেই সেউজীয়া ধৰণীৰ

প্ৰকৃতিৰ সঁহাৰি.......।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages