ধৰণী আই মোৰ
চিন্ময় ডেকা
টংলা
অসমী বুকুত
অদম্য সাহসেৰে
জীয়া জীৱনৰ দুৱাৰ
ৰ'দ-বৰষুণ মাজেৰে ঐতিহ্যৰ
বিপুল সমাহাৰ
আমাৰ দুদিনীয়া জীৱন।
কৃৰ্ষক মাটি সম্বন্ধ
যেন বিদ্যমান
ই যুগ-যুগান্তৰৰ
ঐ'নিতমৰ সুৰৰ ঝংকাৰ।
"ধৰণী আই মোৰ"
কেনেকৈনো পাহৰণিত গৰ্ভপাত কৰোঁ;
সময়ৰ সোঁতত
কুলশী নৈ'ৰ ঘাটত।
জীৱন যেন, বোৱতী নৈ
নৈ পৰীয়া'হে উপলব্ধি কৰে,
জীৱনত বাসস্থলীৰ সদ্ভাৱৰ বিৰামহীন প্ৰাচুৰ্য্যতা।
দূৰভাষ:-৬০০২৬৬৬৫৯৩
No comments:
Post a Comment