প্ৰেমৰ বার্তা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, February 2, 2022

প্ৰেমৰ বার্তা

 প্ৰেমৰ বার্তা

লিলি দলে


মধুৰ কল্পনাত মগ্ন হৈ

উতলা যৌৱনৰ

চক্র বেহুত পৰি

মদাৰ ৰঙৰ দুটি ওঁঠত

সাতােৰঙী ৰামধেনুৰ

ৰহণ সানি

প্রিয়জনৰ সান্নিধ্য পাবলৈ

হাজাৰ হাজাৰ প্ৰেমিকাই

মৌন ওঁঠত

সাঁচি থয়

অযুত প্ৰেমৰ বার্তা।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages