নৈপৰীয়া সপোন ঋতুপৰ্ণা গগৈচাপৰিটো বুকুত লৈ, নৈখন বৈ আছে নিৰবধি।বাৰিষাৰ বানে ধোৱাই নিয়া, চাপৰিটোৱে খৰালিকালৰ সপোন ৰচে।নৈপৰীয়া সপোনজাকে,পকী দলঙৰ আশাত, দশকৰ চিৰিয়েদি শতিকা স্পৰ্শ কৰে।।
No comments:
Post a Comment