এটি অনামী দুখ.. নন্দেশ্বৰ মিলি মাজুলীহেৰা,সময়বোৰ উকলি গ'লঠিকনাবোৰো হেঁৰাল।কিমান যন্ত্ৰণা হেৰুৱা ঠিকনা বিচাৰি।হাবাথুৰি খাইমুখেদি ওলাই মাথোএটি হুমুনিয়াহ !
No comments:
Post a Comment