ভােক
অমৰজিৎ কুমাৰ পাঠক
শীতার্ত নিশাৰ
সদ্যসুপ্ত ৰাজপথত
কালােবাৰ পদশান্স।
হয়তাে কোনাে অন্না-বই কলিয়ে।
ওজস্বী ভাষাৰে লিখা কবিতাৰ।
নাম বিচাৰি পায়চাৰি কৰিছে।
দুৰৈৰ নিৰ পৰা ।
বতাহত ভাহি অহা শিয়ালৰ ৰাঙচি শুনি।
ডাষ্টবিনত আহাৰ বিচাৰি।
পিতৃ-পিতাই ঘূৰি ফুৰা
কুকুৰবােৰৰ দাঁতৰ শব্দ শুনি
আৰু পেটৰ কলমলনিৰ লগতে
সেমেকা বতাহজাকৰ সোঁ-সোৱনি
শুনি থাকোতেই টিমিক্কৈ জ্বলা
জোনাকীৰ পােহৰখিনি তেওঁ নেদেখিলে।
ৰাতিপুৱাই চিচিয়াই উঠা
উদণ্ড ঘোৰাবােৰ শুলে।
কবিতাৰ নাম তেওঁ নেপালে।
No comments:
Post a Comment