নাৰী তুমিয়েই টো প্ৰাণদায়িনী
চিন্ময় ডেকা
টংলা, ওদালগুৰি
অজস্র সমাহাৰে পৰিপূৰ্ণ
তুমি নাৰী
সচাঁকৈ অতুলনীয়।
অনবদ্য সাহসেৰে,
জীৱন যুদ্ধত অৱতীর্ণ হ'বলৈ কুণ্ঠাবোধ নকৰা
তুমিয়েই টো মহীয়সী নাৰী।
"নাৰী তুমি অনন্য"
তুমিয়েই টো প্ৰাণদায়িনী
মমতাময়ী, দয়াময়ী, ৰূপৱতী
সুবিশাল তোমাৰ কোলাতেই সৃষ্টি
শত-সহস্ৰ সংসাৰ কেন্দ্ৰীক,
একোটি পূণাংৰ্গ জীৱশ্ৰেষ্ঠৰ জীৱন।
কিদৰে পুঁজিম তোমাক
"প্ৰাণধন, জীৱনদাত্ৰী"
মোৰ আই, ভনী, বাইদেউৰ সমন্ধত্মক ইতাদ্দি
অযুত সংগোপন স্মৃতি;
নাৰী তুমি অপৰিসীম সত্তাৰ অধিকাৰী।
ক্ৰমশঃ
স্বজনপ্রীতি তোমাৰ বৰ্ণনা হৃদয়ত থিতাপি দিম নিখুঁত কৰ্মৰাজি।
দূৰভাষ:-৬০০২৬৬৬৫৯৩
No comments:
Post a Comment