ফ্লৰেন্টিন স্মাৰনদাচ্ ৰ নটা কবিতাৰ অসমীয়া অনুবাদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

ফ্লৰেন্টিন স্মাৰনদাচ্ ৰ নটা কবিতাৰ অসমীয়া অনুবাদ

 

ফ্লৰেন্টিন স্মাৰনদাচ্ ৰ নটা কবিতাৰ অসমীয়া অনুবাদ

                                                                                        অনুবাদক- ৰঞ্জিত ভট্টাচাৰ্য 




১/মূল এশৰীয়া কবিতা- Premonition


 কবি- Florentin Smarandache


অনুবাদ- ৰঞ্জিত ভট্টাচাৰ্য 

           


                 সতৰ্কবাণী

                    

মোৰ সন্তানক অভিনন্দন, যি আৰু কেতিয়াও জন্ম নলয়।


২/মূল্য এশৰীয়া- School


বিদ্যালয়

_________


হতাশাৰ ব্লেকব'ৰ্ডত মই

লিখি আছোঁ এটা নতুন ভ্ৰম!

মূল কবিতা-Mother


৩/  মা

_____


তোক মিনতি কৰিছোঁ, মোক পুনৰ জনম নিদিবি।


  ৪/   মূল এশৰীয়া- Question


              প্ৰশ্ন

           ____________

কিয় আমি সকলোৱে  আকাশত বিচাৰি ফুৰো

নিজৰ সমাধি?


৫/মূল- Album


অনু- এলবাম


সময়ৰ বাবে ৰাখি থোৱা সময়।


৬/মূল- Epitaph for the poet


অনু- কবিৰ এপিতাফ


কোনেও এই সমাধিত জিৰণি নলয়

কাৰণ তেওঁ কবিতাৰ পৰা জন্ম হৈছিল।


৭/মূল- Language


অনু- ভাষা


প্ৰতিদিনেই আমি শব্দৰ সুৰংগৰ মাজেৰে পাৰ হওঁ


৮/মূল- From the days of yore

অনু- পুৰাতন সময়ৰ পৰা


অভিদৰ সময়ৰ পৰাই মই কবিতাত বাস কৰি আছোঁ।( বি.দ্ৰ-অভিদ এজন ৰোমানিয়ান  বিখ্যাত কবি)


৯/Original poem- Address

Poet- Florentin Smarandache


ভাষান্তৰ- ৰঞ্জিত ভট্টাচাৰ্য 


ঠিকনা

_______


মই মোৰ শৰীৰৰ শৱাধাৰত অকলশৰে বাস কৰোঁ।


(NB- Florentin Smarandache is a Romanian- American writer. Professor of Science and Mathematics at University of New Mexico. He is famous for his one-line poetry.)


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages