শিক্ষা
অংকুৰিতা ফুকন
দেৰগাঁও
চাৰিওটা সন্তানকে সু-শিক্ষিত কৰি প্ৰতিস্থিত কৰা প্ৰণতি দেৱীৰ শয্যাগত অৱস্থাত দুয়োজন পুতেকে আলোচনা কৰিছে- " আজিকালি চুটিবোৰ তেনেই কম । মায়ে সোনকালে আমাক আজৰি কৰি দিয়াহেঁতেন ভাল আছিল !"
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment