সংকল্প - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

সংকল্প

 


সংকল্প

                 দীপ হেষ্টিংছ বৰি

                 গোলাঘাট



এতিয়া আৰু উভতি নাচাওঁ

অতীতৰ সেই দুৰ্দিন 


নুসুধিবা তুমি মোক আজি 

কিদৰে পাৰ হৈছিল

তুমিবিহীন দীঘলীয়া ৰাতিবোৰ


নৱবৰ্ষৰ ৰৌদ্ৰ স্নানত আমি লগ হ’লো পুনৰ

এতিয়াৰ পৰা আমাৰ দুচকুত কেৱল

সেউজীয়া সেউজীয়া সেউজীয়া আশা...


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages