শব্দৰ অৰণ্যত... - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

শব্দৰ অৰণ্যত...

 


শব্দৰ অৰণ্যত...

        নন্দেশ্বৰ মিলি


শব্দৰ অৰণ্যত কটালো এনিশা

মই প্ৰকাশৰ বাট বিচাৰি

আৰু মাতাল হৈ

ৰু'ব খুজিলোঁ ভাবনাৰ বিৰিখ।


ছন্দ-ৰূপ-লয়ৰ উমাল পৰশত

ল'লোঁ জিৰণি উকা কাগজৰ পাতত

মাজৰাতি উঠি কলমৰ চাকি জ্বলাই

লিখিব খুজিলোঁ এটি কবিতা।


যি কবিতাই আউল লগাই

মোৰ অনুভৱী ধৰণী।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages