এনাজৰী
অনুজ য়েইন
গাঁৱৰ এগৰাকী কাংকাণ নামৰ ছোৱালীৰ অন্য সম্প্ৰদায়ৰ ল'ৰা বিক্ৰমৰ লগত প্ৰেম হৈ বিয়া হৈছিল।
তাইৰ ৰূপত মুগ্ধ হৈ তাইক বৰ ধুনীয়া দেখি কম বয়সতে বিক্ৰমে কষ্টকৰি পথাৰত কোৰ মাৰি হলেও তাইক পুহি খুৱাম বুলি পলুৱাই নিছিল। পিছে বহু বছৰ ধৰি সিহঁতে সন্তানৰ মুখ দেখা নাছিল।
শেষত, ছোৱালীজনী পুনৰ মাকৰ ঘৰলৈ গৈ
নদীৰ পাৰত বগা হাহঁ এজনীৰে জলদেৱতাক পূজা কৰাৰ পিছত সিহঁতে সন্তানৰ মুখ দেখা পালে।এয়াই এটা যুগ্ম জীৱনৰ
প্ৰেমৰ ফল *এনাজৰী*
No comments:
Post a Comment