চিত্ৰকৰ
নিজৰা দাস
হৰিশিঙা, ওদালগুৰি
ৰং তুলিকাই নিবিড়ক সপোন দেখুৱাইছিল এক জীয়া সপোন। তুলিকা ডাল হাতত তুলি ললেই সি ৰং বিহীন ধৰাখন চাৰিও দিশে শস্য শ্যামল কৰি তুলিব খোজে। কাৰোবাৰ ঘৰৰ বেৰ, ৰাস্তাৰ কাষৰ বেৰ কেইখন ,বিদ্যালয়ৰ চৌহদ টো , আদিবোৰ ৰঙীন কৰোঁতেই তাৰ সময় উকলিল, কিন্তু তাৰ জীৱনটো ৰঙীন কৰিবলৈ তাৰ কাষত কোনো নাহিল। নিবিৰে মাথোঁ সপোন দেখে ,তাৰ জীৱনটো সি অঁকা শ্যামল ধৰাৰ
দৰে ৰঙীন হোৱাৰ।।।
No comments:
Post a Comment