ক'লা ডাঁৱৰ আঁতৰাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, October 31, 2022

ক'লা ডাঁৱৰ আঁতৰাই



 ক'লা ডাঁৱৰ আঁতৰাই 

জ্যোতিশিখা দত্ত

গুৱাহাটী


"হেৰি ডাঙৰীয়া, ডেকা ল'ৰাটো হৈ বুঢ়ী মানুহজনীক  লাইনৰ পৰা আঁতৰাই দিলে যে? যাওক পিছফালে থিয় হওঁক"

উচিত কথাত সদায় মাত মাতে তাই l


দুবছৰীয়া বিবাহিত জীৱনৰ অন্ত পেলাই তাই কৰ্টৰ পৰা ওলাই আহিল l উচিত কথাৰ প্ৰত্যুত্তৰ আজিও দিলে তাই যেতিয়াই কোৱা হৈছিল তাইৰ গৰ্ভস্থ কণ্যা ভ্ৰুণটোক হত্যা কৰিবলৈ l




ই-মেইল: jyotisikhadatta@gauhati.ac.in


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages