আধৰুৱা সপোন.....
লহৰজ্যোতি মৰাণ
কাকপথাৰ (উৱন)
নানা ৰঙীন পৃথিৱীৰ
এই,
নানা ৰঙীন সপোনবোৰ
মই,
উৰুৱাই দিছোঁ হাঁহি-ধেমালিৰ মাজেৰে
এই,
অবাবত দেখা সপোন মই
কিয়,
জানো আজি হঠাৎ সেমেকি
উঠিছে,
মোৰ মন নাযানো,
ক'ত কেঙা লাগিল
এতিয়া,
এই জীৱনৰ সপোনবোৰ
অবাগ,
আজিও ভাবো
মই,
পৃথিৱীখন ইমান সুন্দৰতা
স্বতেও,
আমি উপভোগ কৰিব পৰা নাই
কিয়,
ক'ৰবাত যেন আধৰুৱা
হ'ল,
এই সপোন
ক'ৰবাত ভাবিৱৰ
যেন,
সময় ন'হল
যাৰ বাবে আজি
মোৰ,
আধৰুৱা সপোনবোৰ সপোন
হৈয়ে ৰ'ল!!
No comments:
Post a Comment