সূৰ্য্য পথৰ বিপ্লৱী নাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

সূৰ্য্য পথৰ বিপ্লৱী নাৰী


সূৰ্য্য পথৰ বিপ্লৱী নাৰী

নিৰ্জুলতা মিলি

ফুলনি, মাজুলী



কেতিয়াবা নাৰী হৈ চাব!

নাৰীৰ শুদ্ধ মনক

এবাৰ নিজৰ কৰি চাব,

নাৰীৰ শক্তি কিমান

উপলব্ধি কৰিব।।


আজিৰ নাৰী স্বাধীন

মুক্তি বিচাৰি 

প্ৰতিবাদৰ হেংদাং তোলে, নোৱাৰে থাকিব

উৰণি  তলত!!

নিজৰ মুখ ঢাকি

হাজাৰ মানৱৰ ৰাজপথলৈ

ওলাই আহিব,

যুঁজ দিব, সত্যৰ পক্ষে দেখিম নাৰীৰ 

সাফল্যতাৰ পথ!!

    

আজিৰ নাৰী প্ৰাপ্য,

পুৰুষৰ সমানে আগবঢ়া

নাৰী, আজি জিলিকি উঠিছে, 

সপোনৰ আগত।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages