মৰমৰ দীঘলতীডাল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

মৰমৰ দীঘলতীডাল



 মৰমৰ দীঘলতীডাল

হিমাংশু কলিতা

গোলাঘাট


শুকান বৰষুণ জাকত

ভিজা দিনাৰ পৰা  

উন্মুক্ত হৈ পৰিছিল

মোৰ মৰমৰ  দীঘলতীডাল ।


এবুকো  ভাৱনাৰ চেকুৰাই

দৌৰি গৈছিল 

সেউজীয়া আকাশ খনৰ মাজলৈ

বিচাৰি এমুঠি তেজ ৰঙা মৰম ।


আৰম্ভণি ইতিহাস হৈছিল

সমাপ্তিৰ ক্ষন  

এতিয়াও বহু

তথাপিও 

অপেক্ষাৰ উদ্বেগত 

অকলশৰে নীৰৱে

নিগৰিছে চকুলো

টুপ ! টুপ! টুপ ! ।


ফোনঃ 8486974274



Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages