আঘোণৰ ৰদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

আঘোণৰ ৰদ



 আঘোণৰ ৰদ

নিৰ্জুলতা মিলি

ফুলনি, মাজুলী


আঘোণ নামিছে,

কুঁৱলী পৰিছে,

নিয়ৰে আৱৰিছে,

আঘোণৰ ঘন কুঁৱলীৰ মাজত নিজকে বিলীন কৰি!!

বতাহ বলিছে, আঘোণৰ পথাৰত,

সোণোৱালী সেউজীয়া ধাননিৰ মাজত!!

নীলা নীলা আকাশত ডাৱৰে চাই আছে,


ৰঙা ৰঙা আঘোণৰ ৰদ.....

মুঠি মুঠি ধান,

দাৱনীৰ খিল্ খিল্ হাঁহি,,

জীপাল আঘোণৰ লখিমী পথাৰ,

আবেলিৰ ৰঙা বেলিটিৰ বিদায়..।।


ফোনঃ ৬০০২৬৮৬২৩১


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


           


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages