জীৱনৰ ৰং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

জীৱনৰ ৰং

 


জীৱনৰ ৰং

লিলি দলে


জীৱনৰ প্ৰতিটো পল 

প্ৰতিটো ক্ষণ

সাতোৰঙী ৰামধেনুৰ

ৰহণ সানি

জীৱনৰ সুমধুৰ 

ৰঙীন সপোনবোৰ 

সজীৱ কৰি তুলিবলৈ 

আশাৰ ৰেঙনিৰে

টুলিকাত ৰহণ সানি

জীৱনৰ ৰং সানো

প্ৰতিটো খোজত।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages