গুছি যোৱাৰ পাছত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

গুছি যোৱাৰ পাছত

 


গুছি যোৱাৰ পাছত


ভাস্কৰ মেধি


গুচি যোৱাৰ পিছত বুকুৰ ভিতৰত বিষ এটা থাকি গল!!

মোৰ হৈয়েই থাকিম বুলি কৈছিল!!

মই তেওঁৰ হৈ থাকি গলো,

আৰু তেওঁ সকলোৰে হৈ গ'ল!!

জোৰোণত সেন্দুৰ দিয়া চাম

কাৰ আয়ুসৰ ৰঙা ফোট!

হোমৰ জুইও চাম!

কোনেও নেদেখাকৈ আঠু ল’ম!

হাতযোৰ কৰিম ঈশ্বৰক আৰু সুধিম ইমান খিনি ভালপোৱা যথেষ্ট নে ?

ইয়াতকৈ বেছি নোৱাৰিম মই..


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages