হৃদয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

হৃদয়

 


হৃদয়

হিতেন দাস

ভৱানীপুৰ, বৰপেটা


অনাকাঙ্খিত হৃদয় যে মোৰ-

তথাপি জীয়াই আছো মই,

মোৰ সপোনৰ সৈতে,

সংপৃক্ত হৃদয়ৰ সৈতে।

জীৱন নামৰ জীৱনটোক

আজিওঁ সুধিছো মই,

ক'ত হে'ৰাল মোৰ আ-শৈশৱ ।ক'ত আছ তই ।

মই যেন অনাবিল আনন্দত

দুখ:বোৰ ঢাকি ঢাকি,

সুখবোৰ লৱ বিচৰা

এক সপোন সৈনিক ।

হৃদয় ক'ত আছ তই ?


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages