ফাগুন জ্যোৎস্না ৰানী বেগমউদং উদং আকাশ ধূসৰিত ঋতু ধূলিৰ কুণ্ডলি পকাই যেনি তেনি উৰি ফুৰে মন ভাল লাগি থাকে অহৰহ পলাশ শিমলু মদাৰ কেউফালে ৰঙীনএনেকুৱাই নেকি ফাগুন!Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment