সুখৰ এগছি চাকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

সুখৰ এগছি চাকি

 


সুখৰ এগছি চাকি

মিনু হাজৰিকা


পৃথিৱী দুদিনৰ মায়াৰে ভৰা ,


তথাপি বন্ধু মেলিম ইয়াতে 

সুখৰ আশাৰ পালতৰা ৷


সুখৰ আশাৰে তইও জ্বলাবি ,


মইও জ্বলাম চাকি এগছি ৷

দুখবোৰক ভেটা দিম ,

তইও ধৰিবি আগছি ৷


চকুলো সৰিলেই 

তইয়েই মচিবি ৷


জীৱনে যদিহে ভাবিছে 

নহব অনন্ত ব’হাগ ,


শাওণে পাতিব পাৰে মেলা

তাৰ বাবে আছোহি সজাগ ৷ 


মোৰ দুনয়নেৰে তই সুখৰ 

ধৰাখনি চাবি ৷


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages