গোলাঘাটৰ মেজিকষ্টেণ্ড - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 4, 2023

গোলাঘাটৰ মেজিকষ্টেণ্ড

 


গোলাঘাটৰ মেজিকষ্টেণ্ড

হিমাংশু কলিতা

গোলাঘাট


গোলাঘাটৰ মেজিক ষ্টেণ্ডত

হঠাৎ দেখিলোঁ 

তোমাক

প্ৰত্যাশাও কৰা নাচিলো দেখাৰ 

এটা কলা জিনছ

বগা ফুটফুটীয়া টপ

ভালই লাগিছিল দেখাত

শান্তিৰে আছা চাগে 

মোৰনো কি !

এজোৰ নীলা হাৱাই ছেণ্ডল

এটা নীলা T- SHIRT  

আৰু অলপ দাড়ীৰে

 বিৰহ বেজাৰৰ বিষন্ন

 প্রেমিক নহও জানো মই ?


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages