শৰৎ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 30, 2023

শৰৎ


 

শৰৎ


           অমল দাৱ


ধানপাতে মেঘক আকোলিয়াই


বুকুত ঢৌ উঠি প্ৰেমৰ 

মেঘৰ কপালে বয় টোপ টোপ নদী


প্ৰিয়ম নবজাবি মুৰুলী

বাউলী  বৃন্দাবন

নিজান যমুনাৰ বালি  ৰাধে পৰিব ঢলি

কণ্টকে বিন্ধিয়া পাৱ চলিতে নেপাৰি 


অতি বিতোপন আজি 

শাৰদীয়  পূৰ্ণিমা ৰাতি।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages