গুমৰাগ-ৰাগী
ইলামণি শইকীয়া
হঠাত উশাহ বন্ধ কৰিলে পৃথিৱীয়ে
স্তব্ধ হৈ পৰিল সমুদ্ৰৰ সমস্ত ঢৌ
এটি দুটি হাজাৰটি কবিতাই আত্মজাহ দিলে
শেষৰজন ৰঙ ভাৰী পদাতিকৰ চিতাজুইত৷
শিলৰ বুকুত লিখিলেও
এ প্লাচ এম
শিলৰ বুকুত মূৰ থৈ কোনেও লগাব নোখোজে জীৱন জীওৱাৰ গুমৰাগ-ৰাগী৷
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment