মা
জোনমণি ৰয়
বৰপেটা
মা তুমি সচাকৈ বিনন্দীয়া
মা তোমাক কৰো সহস্ৰ প্ৰমাণ।
তোমাতেই সৃষ্টি হৈছিলো মই
তুমিয়েই হৈছা মোক ন মাহ ন দিন গৰ্ভত সযতনে ৰাখি
এই পৃথিৱীলৈ অনা।
যিয়ে নেকি সকলোবোৰ
তুমি সযতনে লালন-পালন
কৰি পোহ-পাল দি আছা।
মা তোমাৰ সমান হ'ব কোন?
মা তুমি সঁচাকৈয়ে দেৱীস্বৰূপা
মা তোমাৰ স্পৰ্শৰে হয় এক
বিশেষ তৃপ্তি।
মা তোমাৰ মাতেৰে মন প্ৰাণ সাত পৰি যায়,
মা সঁচাকৈয়ে তুমি অপূৰ্ব ।।
ফোনঃ ৮৭৬১৯৩১৪৭১
.jpg)

No comments:
Post a Comment