অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

অনুভৱ



 অনুভৱ

সান্নিধ্য শইকীয়া

শিৱসাগৰ,আমগুৰি


    একপক্ষীয় প্ৰেম হ'ল সেই বিশুদ্ধ আৱেগ যিটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।।কেৱল কাৰোবাক চাই জীৱনটো অতিবাহিত কৰা হয়।।তেওঁ হাঁহিলে মই হাঁহো আৰু তেওঁ দুখী হ'লে মোৰ চকুলো বৈ আহে।।একপক্ষীয় প্ৰেম নিজৰ মাজতেই সম্পূৰ্ণ।। আনকি আজিও মই মোৰ ৰাতিপুৱা আৰু গধূলি তেওঁৰ ছবিখন চাই দিন পাৰ কৰো।।হয়,মোৰো একপক্ষীয় প্ৰেম হৈছে।।

অকথিত যন্ত্ৰণা হৈছে একপক্ষীয় প্ৰেম।।যাৰ কোনো আৰম্ভণি আৰু অন্ত নাই।।যেতিয়ালৈকে উশাহ চলি থাকে তেতিয়ালৈকে হৃদস্পন্দনৰ লগত কেৱল তেওঁৰ নামটোৱেই ধপধপাই থাকে।।এই একপক্ষীয় প্ৰেম হোৱা উচিত নহয়।।কিন্তু এনেকুৱাই হয় কিয়নো আৱেগৰ ওপৰত কেতিয়াও কাৰো কোনো নিয়ন্ত্ৰণ নাথাকে।।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages