প্ৰতাৰণা
দীনেশ দাস
গুৱাহাটী-১৭
মানসী আৰু মানসৰ ভাল পোৱা স্কুলীয়া জীৱনৰ পৰাই আৰম্ভ হৈছিল, দুয়োৰে হিয়া-দিয়া নিয়া, হঠাৎ মানস সলনি হ'ল, সি বাহিৰত চাকৰি সূত্ৰে থাকিবলৈ ল'লে তাতেই তাৰ অফিচৰে কেৰাণী এজনৰ জীয়েকৰ সৈতে পৰিচয় হল আৰু এদিন তাইক জীৱন সঙ্গী কৰি ল'লে।এয়া জানোঁ প্ৰতাৰণা নহয় মানসীৰ সৈতে ভাল পোৱাৰ অভিপ্ৰায়েৰে তাইৰ স'তে হিয়া-দিয়া নিয়াৰ চৰম প্ৰতাৰণা মানসী উপলব্ধি কৰি এতিয়া তাই বাটে-ঘাটে ঘূৰি ফুৰা বলীয়া, এতিয়াৰ তাইৰ চিনাকী নাম মানসী পাগলী ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment